Search Results
বুধবাৰে মহানগৰীত ওলোৱা ১৫ জন COVID-19+ৰ সংস্পৰ্শলৈ অহা ২০৮ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে।
কালি ১৫ টাকৈ COVID-19+ ওলোৱাৰ পিছত আজি নগৰবেৰাৰ এটা বেংকৰ সন্মুখত হোৱা এক ভয়ংকৰ দৃশ্য়।
পুনৰ ৰাজ্যত ৭ জনৰ দেহত ধৰা পৰিছে COVID-19। এওঁলোক আটাইকেইজন বাছেৰে মুম্বাইৰ পৰা আহিছিল।
কৰ’নাৰ HOTSPOT ফাঁচী বজাৰৰ LATEST UPDATE কি? কি ক'লে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?
আজিৰে পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।
৭ জন COVID-19+ ওলোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুত উপস্থিত স্বাস্থ্যমন্ত্ৰী। আক্ৰান্তসকলক GMCHলৈ প্ৰেৰণ
গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাত ২২জনৰ দেহত ধৰা পৰিল COVID-19, কৰ’নাৰ HOTSPOTত পৰিণত গুৱাহাটীৰ ফাঁচী বজাৰ
ৰে’লেৰে অসম পালেহি আবদ্ধ যাত্ৰী, কিছু যাত্ৰী আক্ৰান্ত হৈছে জ্বৰ আৰু কাহত